কেঞ্চাৰৰ ৰ’ব’টিক শল্য চিকিৎসা : ডাঃ বিক্ৰম কুমাৰ ডেকা
ইতিমধ্যে আপোনাসৱলৈ আগবঢ়োৱা লিখনীসমূহৰ জৰিয়তে নিশ্চয় জানিব পাৰিছে যে-মই কেঞ্চাৰৰোগৰ এগৰাকী শল্য চিকিৎসক আৰু এই শল্য চিকিৎসাৰ নব্য ধাৰা- ৰ’ব’টিক শল্য চিকিৎসাৰ বিশেষজ্ঞ। অৰ্থাৎ ৰ’ব’টৰ সহায়ত, কেঞ্চাৰ ৰোগৰ যি অস্ত্ৰোপচাৰ…