স্তন কেঞ্চাৰৰ পৰীক্ষণ ঘৰতে কিদৰে কৰিব- ডাঃ বিক্ৰম কুমাৰ ডেকা
স্তন কেঞ্চাৰৰ বিষয়ে,ইতিমধ্যে দুটিকৈ লেখা আপোনাসৱৰ বাবে আগবঢ়াইছোঁ৷ বৰ্তমান সময়ত সমগ্ৰ বিশ্বজুৰি মানুহ যিবিধ কেঞ্চাৰত আটাইতকৈ বেছিকৈ আক্ৰান্ত হয়, সেই কেঞ্চাৰবিধেই হৈছে স্তন কেঞ্চাৰ। আৰু এই কথা প্ৰায় সকলোৰে অৱগত।…