কৰ্কটৰোগৰ ভৱিষ্যত চিকিৎসাত নেন’টেকন’লজিৰ ভূমিকাঃ- ডাঃ বিক্ৰম কুমাৰ ডেকা।
নেন’টেকন’লজিৰ নাম নিশ্চয়কৈ আপোনাসৱে শুনিছে। আজি কৰ্কটৰোগৰ ভৱিষ্যত চিকিৎসাত এই নেন’টেকন’লজিৰ ভূমিকা সম্পৰ্কে কিছু কথা জনাবলৈ ওলাইছোঁ। নেন’টেকন’লজী -এটা পাৰমাণৱিক আকাৰত পদাৰ্থক অতি সূক্ষ্ম কৰি কৰা অধ্যয়ন। নেন’ প্ৰযুক্তিয়ে অতি…